তামুলপুৰৰ উদীয়মান ক্ৰিকেটাৰ উজ্জ্বল চৌধুৰীৰ সাফল্য! দেশৰ প্ৰতিষ্ঠিত 'ছুপাৰ ক্ৰিকেট লীগ-৬০' (SCL-60) লৈ বাছনি অসমৰ একমাত্ৰ খেলুৱৈ। ৫ লাখৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা শ্ৰেষ্ঠ ১৮০ জনৰ ভিতৰত স্থান লাভ কৰি পেচ-বলিং অলৰাউণ্ডাৰগৰাকীয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। #Cricket #SCL60
@AIR News Guwahati
1 grabs
No comments yet
Say something. You’re first.