🔶ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ পুৱাই গুৱাহাটীৰ কামাখ্যা মন্দিৰত উপস্থিত হয় 🔶অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এখন এদিনীয়া ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব 🔶এই মেচখন ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলা হ'ব #Indiancricketteam #India #GautamGambhir
@Awaz The Voice Assam
1 grabs
No comments yet
Say something. You’re first.