XDLXDL
▶️শিৱসাগৰত হোমষ্টে’ৰ নামত যৌনতাৰ অবাধ বেহা ▶️শিৱসাগৰৰ Cloud-9 নামৰ হোমষ্টে’ত আৰক্ষীৰ অভিযান ▶️হোমষ্টে’টোত দুই যুৱকসহ তিনি কিশোৰীক উদ্ধাৰ আৰক্ষীৰ ▶️উদ্ধাৰ হোৱা কিশোৰীকেইগৰাকী এখন মহাবিদ্যালয়ৰ ছাত্ৰী ▶️হোমষ্টে’টোৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুই যুৱকক #Sivasagar #SivasagarNews · XDL