XDLXDL
কাজিৰঙাৰ চাগমুঠি চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰা এটা হাতী পোৱালীক কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰত চিকিৎসক তথা বিশেষজ্ঞৰ নিৰীক্ষণত পৰিচৰ্যা। #ND24Digital | #Kaziranga | #Assam · XDL