XDLXDL
বোকাখাতৰ বৰজুৰিত বৃহস্পতিবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড।পাঁচখন ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত ৷ অগ্নিকাণ্ডৰ ফলত মেৰামতিৰ বাবে গেৰেজত ৰখা প্ৰায় ১৫ খন বাইক ধ্বংস। #ND24Digital | #Bokakhat | #Assam | #Golaghat · XDL