XDLXDL
হোজাই জিলাৰ ডবকাৰ দীঘল জাৰণীত এখন দলঙৰ অভাৱত যমুনা নৈ পাৰ হ'বলৈ বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি বৃহত্তৰ অঞ্চলবাসীয়ে। স্থানীয় বিধায়কক আহ্বান জনাইও কোনো সুফল লাভ নকৰাৰ অভিযোগ ৰাইজৰ। #DainikAsam | #DainikAsamDigital | #DainikAsamUpdates · XDL