ডবকাৰ দীঘল জাৰণীত এখন দলঙৰ অভাৱত যমুনা নৈ পাৰ হ’বলৈ বিপদসংকুল যাত্ৰা শ-শ কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি বৃহত্তৰ অঞ্চলবাসীৰ। এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়কক আহ্বান জনাইও কোনো সুফল লাভ নকৰাৰ অভিযোগ। #ND24Digital | #Doboka | #Assam | #Bridge
@ND24 Digital
1 grabs
No comments yet
Say something. You’re first.